কেইটামান ঘণ্টা পাছতে বিয়া! কিন্তু তাৰ পূৰ্বেই ৰহস্যজনকভাৱে উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ

image 54

নিউজ ডেস্কঃ ঘৰত চলি থকা বিয়াৰ পূৰ্ণ প্ৰস্তুতিৰ মাজতে ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল দুই ভগ্নীৰ মৃতদেহ! ৰাজস্থানৰ যোধপুৰ জিলাত সংঘটিত এই মৰ্মান্তিক ঘটনাই এতিয়া মানাই গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে অনুষ্ঠিত হ’বলগীয়া বিবাহৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে শোভা আৰু বিমলা নামৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৱে শোকস্তব্ধ কৰি তোলে সমগ্ৰ অঞ্চলবাসীক। আৰক্ষীৰ সূত্ৰৰ মতে, শুক্ৰবাৰে নিশা প্ৰায় ১২ … Read more

প্ৰতিশ্ৰুতিৰ আন এক নাম ভাৰতীয় সেনা! ছহিদৰ কন্যাৰ বিয়াত পিতৃৰ দায়িত্ব পালন কৰি কন্যাদান ২৪ গৰাকী জোৱানৰ

image 5

নিউজ ডেস্কঃ ভাৰতীয় সেনা- কেৱল এক নাম, এয়া হৈছে প্ৰতিজন ভাৰতীয়ৰ বুকুৰ সাহস। সীমান্তত অতন্ত্ৰ প্ৰহৰী হৈ দেশবাসীক সুৰক্ষিত কৰা ভাৰতীয় সেনা জোৱানৰ আন মানৱীয় কামেও বাৰে বাৰে জয় কৰি আহিছে ভাৰতীয়ৰ অন্তৰ। তেনে এক মানৱীয় নিদৰ্শনেৰেই পুনৰ এবাৰ উজ্বলি উঠিল ভাৰতীয় সেনা। পিতৃহাৰা এগৰাকী কন্যাক পিতৃৰ অভাৱ অনুভৱ হ’বলৈ নিদিয়াকৈ বিয়াৰ কন্যাদান কৰিলে পিতৃৰ … Read more

চাৰি বছৰে ইচ্ছাকৃতভাৱে বন্ধ কৰি ৰখা হৈছিল দৰমহা! উপায়ন্তৰ হৈ অৱশেষত চৰম সিদ্ধান্ত শিক্ষকৰ

image 50

নিউজ ডেস্কঃ শিক্ষা বিভাগৰ বিষয়া আৰু একাংশ বাবুৰ বিৰুদ্ধে দুৰ্নীতিৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে কৃষ্ণ মোহন সিং নামৰ এজন শিক্ষকে। শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ শাহপুৰ থানা অঞ্চলৰ শিৱপুৰ শ্বাহবাজগঞ্জত ৩৭ বছৰীয়া শিক্ষকগৰাকীৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃত্যুৰ পূৰ্বে শিক্ষকগৰাকীয়ে এটা ভিডিঅ’ … Read more

পেট্ৰ’ল পাম্পত বাধা দিছিল ধূম্ৰপানত! তাৰ পিছতে উন্মত্ত যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

image 48

নিউজ ডেস্কঃ পেট্ৰ’ল পাম্পত ধূমপান কৰিবলৈ বাধা দিয়াৰ বাবেই এজন উন্মত্ত যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। ছত্তীশগড়ৰ ৰায়পুৰৰ উৰ্লা অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া এগৰাকী যুৱকে লাইটাৰ ব্যৱহাৰ কৰি ইন্ধনৰ নজেলত জুই লগাই দিয়াত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। পাম্পৰ কৰ্মচাৰীৰ তৎপৰতাত এক বৃহৎ বিস্ফোৰণৰ পৰা অঞ্চলটো কথমপি ৰক্ষা পৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ধৰ্মেন্দ্ৰ ক্ষত্ৰী আৰু … Read more

যোগীৰাজ্যত পৈশাচিকতাৰ চৰম পৰিণতি; ৩৩ টা শিশুক যৌন উৎপীড়ন চলোৱা অভিযন্তা আৰু পত্নীক মৃত্যুদণ্ডৰ শাস্তি

image 4 1

নিউজ ডেস্কঃ যোৱা এটা দশক ধৰি ৩৩ টা নিষ্পাপ শিশুক চলোৱা পৈশাচিক যৌন নিৰ্যাতনৰ অপৰাধত চৰম শাস্তি বিহা হ’ল প্ৰাক্তন অভিযন্তা দম্পতীক। উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ এখন পকচো আদালতে শুকুৰবাৰে ঘোষণা কৰা এই ঐতিহাসিক ৰায়দানত জঘন্য অপৰাধত লিপ্ত ৰাম ভৱন আৰু দুৰ্গাবতীক ফাঁচীৰ শাস্তি প্ৰদান কৰে। অতিৰিক্ত জিলা ন্যায়াধীশ পি কে মিশ্ৰই এই কাণ্ডক ‘বিৰলৰো … Read more

মৌ মাখিৰ ভয়ংকৰ আক্ৰমণত খেলপথাৰতে আম্পায়াৰৰ মৰ্মান্তিক মৃত্যু

image 47

নিউজ ডেস্কঃ ক্ৰিকেট খেলৰ মাজতে হঠাতে মৌ-মাখিৰ জাকে চলোৱা আক্ৰমণত মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী আম্পায়াৰে। উত্তৰ প্ৰদেশৰ উন্নাও জিলাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাই সমগ্ৰ ক্ৰীড়া মহলতে তীব্ৰ শোকৰ ছাঁ পেলাইছে। মৃত আম্পায়াৰজনক ৬৫ বছৰীয় মাণিক গুপ্তা বুলি চিনাক্ত কৰা হৈছে। কানপুৰ ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি এছ এন সিঙে এই অনাকাংক্ষিত ঘটনাটো নিশ্চিত কৰে। জানিব পৰা মতে, … Read more

এজন ‘চাইৱালা’ৰ কৃতিত্বঃ জীৱনৰ চৰম সংগ্ৰাম নেওচি আইএএছ বিষয়া হ’ল দেশল দান চৰণ

UPSC Success Story IAS Deshal Dan Charan

নিউজ ডেস্কঃ দৰিদ্ৰতা আৰু চৰম মানসিক আঘাতক নেওচি কেনেকৈ সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰি, তাৰ এক অনন্য উদাহৰণ দাঙি ধৰি শেহতীয়াকৈ চৰ্চালৈ আহিছে ৰাজস্থানৰ সুমালাই গাঁৱৰ দেশল দান চৰণ। গাঁৱৰ এখন সৰু চাহৰ দোকান চলাই ১০ জনীয়া পৰিয়াল পোহপাল দিয়া এজন সাধাৰণ ‘চাইৱালা’ৰ পুত্ৰ দেশলে কঠোৰ পৰিশ্ৰমৰ বলত কেৱল আইআইটি-জেইই উত্তীৰ্ণ হোৱাই নহয়, প্ৰথম প্ৰচেষ্টাতে … Read more

প্ৰথমে খুৱাইছিল মেগী, তাৰ পাছতে হাতে-ভৰি চলাইছিল নৃশংস অত্যাচাৰ! এমবিএছ ছাত্ৰীক হত্যা পাষাণ প্ৰেমিকৰ

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰৰ দ্বাৰিকাপুৰী অঞ্চলত এগৰাকী এমবিএ ছাত্ৰীক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ শেহতীয়া তদন্তত পোহৰলৈ আহিছে অভিযুক্তৰ কিছু চাঞ্চল্যকৰ স্বীকাৰোক্তি। আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত পীয়ূষ ধামনোতিয়াই মঙলবাৰে অংকলে গলিস্থিত ঘটনাস্থলীত হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্যৰ পুনৰ নিৰ্মাণ কৰাৰ সময়ত তদন্তকাৰী বিষয়াক সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে। অভিযুক্তৰ ভাষ্য অনুসৰি, হত্যাকাণ্ড সংঘটিত কৰাৰ পূৰ্বে তেওঁ ছাত্ৰীগৰাকীক … Read more

বিদেশী পৰ্যটকক ধৰ্ষণ আৰু হত্যা! ১১ মাহৰ অন্তত ৩ অপৰাধীক মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

image 40

নিউজ ডেস্কঃ ২০২৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হাম্পিৰ সমীপত এগৰাকী বিদেশী পৰ্যটক আৰু এগৰাকী হোমষ্টে’ স্বত্বাধিকাৰীক ধৰ্ষণ কৰাৰ লগতে এজন পৰ্যটকক হত্যা কৰা জঘন্য কাণ্ডৰ আজি চূড়ান্ত ৰায়দান কৰে কৰ্ণাটকৰ এখন আদালতে। গংগাৱতীৰ প্ৰথম অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ সদানন্দ নাগাপ্পা নাইকে এই পাশৱিক কাণ্ডৰ সৈতে জড়িত তিনিগৰাকী অভিযুক্ত ক্ৰমে মাল্লেশ ওৰফে হাণ্ডিমাল, সাই আৰু … Read more

১০ বছৰে সন্ধানহীন ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া! অৱশেষত কাৰণ দৰ্শোৱাৰ জাননী

1 108752624 380x214 1

নতুন দিল্লীঃ দেশৰ নিৰাপত্তাৰ অতি স্পৰ্শকাতৰ দায়িত্বত নিয়োজিত হৈয়ো বিগত ১০ বছৰে কৰ্তব্যত অনুপস্থিত থকা পুনেৰ এগৰাকী স্পেচিয়েল ফৰ্চেছৰ বিষয়াক লৈ শেহতীয়াকৈ তৎপৰতা অৱলম্বন কৰিছে ভাৰতীয় সেনাই। পুনেৰ আউন্ধৰ নিবাসী তথা ২ পেৰা (স্পেচিয়েল ফৰ্চেছ)ৰ কেপ্তেইন শৰীফসিং ভোচলে নামৰ এই বিষয়াগৰাকীৰ বিৰুদ্ধে অৱশেষত সেনা বাহিনীয়ে কঠোৰ অনুশাসনমূলক পদক্ষেপ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০১৪ চনৰ পৰাই … Read more