উত্তৰ-পূৰ্বৰ এইখন ৰাজ্যত নিষিদ্ধ হ’ব ভিক্ষা বৃত্তি, বিধানসভাত গৃহীত বিধেয়ক
নিউজ ডেস্কঃ ভিক্ষাৰী নিষিদ্ধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে মিজোৰাম চৰকাৰে। ইতিমধ্যে চৰকাৰখনে বিধানসভাত গৃহীত কৰিছে ‘মিজোৰাম প্ৰহিবিশ্যন অৱ বেগাৰী বিল, ২০২৫’। অৱশ্যে এই বিধেয়কক লৈ আপত্তি কৰিছে বিৰোধী দলৰ সদস্যসকলে। ৰাজ্য চৰকাৰে দাবী কৰে যে এই আইনখনৰ মূল উদ্দেশ্য হৈছে ভিক্ষাৰীক পুনৰ সংস্থাপন আৰু মৰ্যাদাপূৰ্ণ জীৱিকাৰ ব্যৱস্থা কৰা। সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী … Read more