চাওক আপোনাৰ দৈনিক ৰাশিফল

rashifal

দৈনিক ৰাশিফলঃ ২৮ ফেব্ৰুৱাৰী, শনিবাৰ মেষ ৰাশি- আপোনাৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ হ’ব। কৰ্মক্ষেত্ৰত কোনো নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব পাৰে যিয়ে ভৱিষ্যতে আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই যদিও পুৱাৰ ভাগত যোগ-ব্যায়াম কৰিলে অধিক সুফল পাব। বৃষ ৰাশি- আপুনি কাইলৈ আৰ্থিক সঞ্চয়ৰ ক্ষেত্ৰত … Read more

বিয়াৰ ৰভাতলীল কইনালৈ লক্ষ্য কৰি গুলীচালনা! একপক্ষীয় প্ৰেমৰ বাবে মণ্ডপত সন্ত্ৰাস সৃষ্টি কৰা যুৱক গ্ৰেপ্তাৰ

image 79

বক্সাৰঃ বিয়াৰ আনন্দ-উলাহৰ মাজতে হঠাৎ সংঘটিত গুলীচালনাত ৰভাতলীত ঢলি পৰিল কইনা! একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতিৰ সন্মুখীন হৈ এতিয়া জীৱন-মৃত্যুৰে যুঁজিছে ন-কইনাই। বিহাৰৰ বক্সাৰ জিলাত সংঘটিত এই চাঞ্চল্য্যকৰ ঘটনাৰ মূল অভিযুক্ত দীনবন্ধু চৌধুৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। একপক্ষীয় প্ৰেমৰ বাবেই এই নৃশংস কাণ্ড সংঘটিত কৰা দীনবন্ধুৱে মঙলবাৰে নিশা চাউছা অঞ্চলত কইনাগৰাকীক লক্ষ্য কৰি গুলী চলাই পলায়ন … Read more

সৰ্পমিত্ৰৰ মুখা পিন্ধি ড্রাগছৰ ক’লা ব্যৱসায়; মহাৰাষ্ট্ৰৰ বিখ্যাত ইউটিউবাৰ আকাশ যাদৱক গ্ৰেপ্তাৰ

image 76

নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়াত সৰ্পমিত্ৰ আৰু পৰিৱেশ প্ৰেমী হিচাপে জনপ্ৰিয় ইউটিউবাৰ আকাশ যাদৱৰ আচল স্বৰূপ এতিয়া পোহৰলৈ আহিছে। ছত্তীশগড় আৰক্ষীৰ এক বৃহৎ অভিযানত গাঞ্জা সৰবৰাহৰ অভিযোগত আকাশক গ্ৰেপ্তাৰ কৰাৰ পাছতে বুধবাৰে আদালতে তেওঁক ছয় দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পলাতক হৈ থকা এই ইউটিউবাৰগৰাকীক ছত্তীশগড়ত ধৰা পেলাই মঙলবাৰে নিশা মহাৰাষ্ট্ৰৰ অহিল্যানগৰ … Read more

পুত্ৰ শোকত ভাঙি পৰা মাতৃকে আৰক্ষীয়ে সজাইছিল দোষী! অৱশেষত ৰায় সলনি আদালতৰ

image 71

নিউজ ডেস্কঃ একমাত্র পুত্ৰৰ বিয়োগত মাতৃ যি সময়ত শোকত ম্ৰিয়মান হ’ব লাগিছিল, সেই সময়তে আৰক্ষীৰ ভুল তদন্তই তেওঁক ঠেলি দিছিল কাৰাগাৰৰ কুঠৰীলৈ। পুত্ৰৰ মৃত্যুৰ গোচৰত অভিযুক্ত হৈ কাৰাবাস খটা অলকা জৈন নামৰ এগৰাকী দুৰ্ভগীয়া মাকৰ বিৰুদ্ধে থকা সকলো অভিযোগ খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। শেহতীয়াভাৱে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ খণ্ডপীঠে নিম্ন আদালতৰ কাৰ্যপ্ৰণালীক লৈ তীব্ৰ … Read more

জুপুৰীৰ পৰা বিলাসী অট্টালিকালৈ… দুই ভগ্নীৰ উত্তৰণৰ ভয়ংকৰ কাহিনীত স্তম্ভিত দেশ, গ্ৰেপ্তাৰ

image 66

নিউজ ডেস্কঃ বস্তিৰ জুপুৰীৰ জীৱনৰ পৰা বিলাসী অট্টালিকালৈ- দুই ভগ্নীৰ ঈৰ্ষণীয় যাত্ৰাৰ আঁৰৰ কাহিনীয়ে এতিয়া দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কিন্তু এই ৰাজকীয় বিলাসিতাৰ অন্তৰালত যে কিমান সৰল যুৱতীৰ চকুলো আৰু যৌন নিৰ্যাতনৰ কৰুণ ইতিহাস লুকাই আছিল, সেয়া পোহৰলৈ অহাৰ লগে লগে এতিয়া স্তম্ভিত হৈ পৰিছে আৰক্ষী। মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত চাকৰিৰ প্ৰলোভনেৰে যুৱতীক ধৰ্ষণ, ধৰ্মান্তৰকৰণ … Read more

৮ লাখ টকাৰ ঋণ লৈ মেলা যাত্ৰাই হ’ল শেষ যাত্ৰা; এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত নিচিহ্ন এটা পৰিয়াল

image 65

নিউজ ডেস্কঃ অগ্নিদগ্ধ স্বামীৰ উন্নত চিকিৎসাৰ বাবে আঠ লাখ টকাৰ ঋণ লৈ এখন এয়াৰ এম্বুলেন্স বুক কৰিছিল এগৰাকী দুৰ্ভগীয়া মহিলাই। কিন্তু আটাইতকৈ সুৰক্ষিতৰূপে বিবেচিত এই আকাশী যাত্ৰাৰ সময়তে মৃত্যুৰ কোলাত শুই পৰিল তেওঁলোক। সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চতৰা জিলাৰ এখন গভীৰ বনাঞ্চলত এয়াৰ এম্বুলেন্সখন ভূপতিত হোৱাৰ ফলত ৰোগী, চিকিৎসকসহ সাতগৰাকী লোকে মৃত্যুক সাৱটি লয়। প্ৰাণ বচাবলৈ … Read more

পুনৰ আকাশ পথত মৃত্যুৰ বিভীষিকা! এয়াৰ এম্বুলেন্স ভূপতিত হৈ মৃত্যু ৰোগীসহ ৭ জনৰ

image 64

নিউজ ডেস্কঃ পুনৰ মৃত্যুৰ বিভীষিকা নমাই আনিলে আকাশী যাত্ৰাই! সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চতৰা জিলাৰ এখন বনাঞ্চলত ৰোগী কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এটি শিশুসহ সাতগৰাকী লোকৰ কৰুণ মৃত্যু ঘটে। ৰাঁচীৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰা বিমানখনে উৰণৰ কিছু সময় পাছতে ৰাডাৰৰ সৈতে সম্পৰ্ক হেৰুৱাই এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ সন্মুখীন হয়। ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট … Read more

পোহনীয়া কুকৰৰ মৰমেই হ’ল কাল! ভয়ংকৰ সংক্ৰমণত দুই হাত, দুই ভৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই

image 60

নিউজ ডেস্কঃ পোহনীয়া কুকুৰৰ জিভাৰ লেহনৰ পৰাই দেহত বিয়পা এক মাৰাত্মক সংক্ৰমণৰ ফলত দুই হাত আৰু দুই ভৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী ৫২ বৰ্ষীয় মহিলাই। ব্ৰিটেইনত সংঘটিত এই বিৰল অথচ ভয়ংকৰ চিকিৎসা বিজ্ঞানৰ ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে পোহনীয়া পশুৰ সংস্পৰ্শ আৰু চাফ-চিকুণতাক লৈ নতুনকৈ সজাগতাৰ সৃষ্টি কৰিছে। কুকুৰৰ লালটিত থকা এক বিশেষ বেক্টেৰিয়া তেজত মিহলি হোৱাৰ … Read more

বিয়াৰ অনুমতি নিদিয়াত ক্ষোভ! প্ৰথমে পিতৃক নৃশংস হত্যা দুই কন্যাৰ, তাৰ পিছত…

image 57

নিউজ ডেস্কঃ ঘৰুৱা বাধা-নিষেধ আৰু বিবাহৰ অনুমতি নিদিয়াৰ বাবেই নিজ পিতৃক নৃশংস হত্যা দুই জীয়াৰীৰ! উত্তৰ প্ৰদেশৰ মুজাফফৰনগৰ জিলাৰ মোৰণা অঞ্চলত সংঘটিত হয় এক চাঞ্চল্য্যকৰ ঘটনা। দুই ভগ্নীয়ে মিলি অতি নিৰ্মমভাৱে হত্যা কৰে কৃষক পিতৃ ৰামপ্ৰসাদক। আৰক্ষীৰ তথ্য অনুসৰি, হত্যাকাণ্ডৰ পূৰ্বে অভিযুক্ত কন্যা কোমলে তেওঁৰ নাবালিকা ভগ্নীৰ সৈতে মিলি সমগ্ৰ পৰিয়ালক গভীৰ নিদ্ৰাত শুৱাই ৰখাৰ … Read more

পুত্ৰৰ কেৰিয়াৰক লৈ হেঁচা দিছিল পিতৃয়ে! খঙতে পুত্ৰই পিতৃৰ সৈতেই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড…

image 55

নিউজ ডেস্কঃ কেৰিয়াৰ নিৰ্বাচনক লৈ পিতৃৰ সৈতে ঘটা মতানৈক্যৰ বাবেই এজন পাষাণ পুত্ৰই সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰৰ আশিয়ানা অঞ্চলত পুত্ৰৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হয় এজন দুৰ্ভগীয়া পিতৃয়ে। ৪৯ বছৰীয়া ব্যৱসায়ী মানৱেন্দ্ৰ সিঙক তেওঁৰ নিজ পুত্ৰ অক্ষত প্ৰতাপ সিঙে অতি নিৰ্মমভাৱে হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰাৰ তথ্যই এতিয়া সকলোকে স্তম্ভিত কৰি … Read more