আনলৈ বুলি হূল পুতি নিজেই তাৰ বলি হ’ল এজন অপৰাধী! বোমা নিৰ্মাণৰ সময়তে বিস্ফোৰণ ঘটি মাতৃ-পুত্ৰৰ মৃত্যু
নিউজ ডেস্কঃ আনলৈ বুলি হূল পুতি নিজেই সেই হূলত পৰাৰ দৰে এক ভয়ংকৰ পৰিণতি শেহতীয়াকৈ সংঘটিত হ’ল ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত। অইনক আঘাত কৰিবলৈ কৰা কুটিল ষড়যন্ত্ৰই কেনেদৰে নিজৰ পৰিয়ালটোলৈ কাল মাতি আনিব পাৰে, তাৰেই এক জীৱন্ত সাক্ষী হৈ ৰৈছে ভুৱনেশ্বৰৰ আজাদ নগৰৰ এটা বাসগৃহৰ ছাদত হোৱা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনা। যোৱা ২৭ জানুৱাৰীত সংঘটিত এই … Read more