১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া; ৯০ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
নিউজ ডেস্কঃ কৰ্ণাটকৰ পাছতেই এইবাৰ ১৩ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে। শুকুৰবাৰে বিধানসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অহা ৯০ দিনৰ ভিতৰত এই নতুন নিয়ম কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি ১৩ ৰ পৰা ১৬ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰতো একে নিষেধাজ্ঞা আৰোপ কৰিব … Read more