এক্সপ্ৰেছৱেত ৰীল বনাই আছিল মইনে! তেনেতে ঘটিল সেই অপ্ৰত্যাশিত অঘটন
নিউজ ডেস্কঃ কেৱল এটা ভিডিঅ’ বা ৰীল বনোৱাৰ নিচাই নিমিষতে কাঢ়ি নিলে এটি জীৱন। শনিবাৰে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ম’বাইলত ৰীল বনাই থকাৰ সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত এজন ১৯ বছৰীয়া ছাত্ৰৰ কৰুণ মৃত্যু ঘটে। হাৰিয়ানাৰ নুহ জিলাৰ মহুঁ চোপড়া গাঁৱৰ বাসিন্দা মইন নামৰ ছাত্ৰজনৰ এই অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। ঘটনাৰ বিৱৰণি অনুসৰি, দ্বাদশ শ্ৰেণীৰ … Read more