৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা! থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত ৫…

বঙাইগাঁও জিলাৰ চাটাৰাকাটাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত ৫জন লোক।

নিয়ন্ত্ৰণহীন হৈ মালবাহী ট্ৰাকে বলেৰো বাহনত খুন্দা মাৰি পথৰ দোকানত সোমাল ট্ৰেইলাৰ।

Trailer-vehicle-and-Bolero-pickup-van-accident-at-chaprakatat-in-Bongaigaon-on-13-12-21-Pix-by-UB-Ph

পাঞ্জাৱী ধাবাৰ সন্মুখতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন বিহাৰৰ ৰেহেজুদ্দিন আনচাৰি বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনাৰ ফলত ভাঙি চুৰমাৰ হয় পথৰ কাষত থকা এখন টায়াৰৰ দোকান।

যাৰ ফলত বৃহৎ পৰিমাণৰ ক্ষতিৰ সন্মুখিন হয় টায়াৰ দোকানৰ স্বত্তাধিকাৰী।

লগতে চাওকঃ

মৰ্মান্তিক! স্কুটীৰে ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল চুফিয়াৰ

শােকাৱহ! জন্মদিন উদযাপনৰ কৰি ওভতাৰ পথত প্ৰাণ গ’ল ৩ বন্ধুৰ, আহত ২

Leave a Comment