সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথৰ পদত্যাগ…

আছুৰ মজিয়া এৰিলে দিপাংক কুমাৰ নাথে।

সদৌ অসম ছাত্ৰ সন্থাৰ সভপতি পদৰ পৰা দিপাংক কুমাৰ নাথৰ পদত্যাগ।

ব্যক্তিগত কাৰণৰ বাবে পদত্যাগ আছুৰ সভাপতিগৰাকীৰ।

কাৰ্যনিৰ্বাহকত পদত্যাগ পত্ৰ দাখিল দীপাংক কুমাৰ নাথৰ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আছুৰ সভাপতিৰ দায়িত্বত আছিল দিপাংক কুমাৰ নাথ।