পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উচ্চ পদৰ সহায়কক গ্ৰেপ্তাৰ…

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী।

লখিমপুৰত গ্ৰেপ্তাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী।

উচ্চ বৰ্গৰ সহায়ক নন্দন বৰাক গ্ৰেপ্তাৰ আৰক্ষীৰ।

দেওবাৰে নিশা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে নন্দন বৰাক।

ৰাজহ চক্ৰ বিষয়াৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰ্মচাৰীজনক।

জালিয়াতিৰে ধন সৰকোৱাৰ অভিযোগ নন্দন বৰাৰ বিৰুদ্ধে।