চাঞ্চল্যকৰ! ২১ জুনৰ পৰা কণমানি সন্তানসহ সন্ধানহীন মাতৃ…

এক চাঞ্চল্যকৰ ঘটনা।

কেইবাদিন ধৰি সন্ধানহীন মাতৃ-কন্যা।

কলিয়াবৰৰ দাড়িগজিত কন্যাসহ সন্ধানহীন মাতৃ।

২১ জুনৰ পৰা সন্ধান নাই মাতৃ-কন্যাৰ।

সন্ধানহীন ২৪ বছৰীয়া হেমা দেৱী শইকীয়া আৰু ৬ বছৰীয়া কন্যা নৱনীতা দেৱী শইকীয়া।

দাড়িগজি বিদ্যালয়লৈ যোৱাৰ পথৰ পৰা সন্ধানহীন দুয়ো মাতৃ-কন্যা।

ইতিমধ্যে কলিয়াবৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

এই পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰা দুই মাতৃ-কন্যাৰ।

কোনো লোকে সন্ধানহীন দুই মাতৃ-কন্যাৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত খবৰ কৰিবলৈ অনুৰোধ পৰিয়ালৰ।