বুৰ্খা পিন্ধি কান্ধত কাঁৱৰ লৈ মহাদেৱৰ চৰণত মুছলমান যুৱতীঃ অমৰোহাত দেখা গ’ল সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শন
উত্তৰ প্ৰদেশঃ জাতি, ধৰ্মৰ নামত প্ৰায় প্ৰতিদিনে ন ন সংঘাতৰ অগণি জ্বলা ভাৰতবৰ্ষত এতিয়াও জীয়াই আছে সম্প্ৰীতি। তাৰেই এক অনন্য দৃশ্য পৰিলক্ষিত হ’ল কাঁৱৰ যাত্ৰাৰ সময়ত। ধৰ্মীয় সম্প্ৰীতি আৰু গংগা-যমুনা সংস্কৃতিৰ এক অসাধাৰণ ছবি শনিবাৰে উত্তৰ প্ৰদেশৰ অমৰোহাত পৰিলক্ষিত হয়। এফালে পৰম্পৰাগত বুৰ্খা আৰু আনহাতে কান্ধত কাঁৱৰ লৈ হাজাৰ হাজাৰ ভক্তৰ সৈতে খোজ মিলাইছে এগৰাকী … Read more