অভিলাসী বন্দে ভাৰতৰ খাদ্যত জীৱন্ত পোক! ৫০ লাখ টকাৰ জৰিমনাৰে খাদ্য বিক্ৰেতাৰ ঠিকা বাতিল ৰেল মন্ত্ৰালয়ৰ
নতুন দিল্লীঃ আকৌ অভিলাসী বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল জীৱন্ত পোক! শেহতীয়াকৈ এগৰাকী যাত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছত যোগান ধৰা খাদ্যত পোক পোৱাৰ বিষয়ে সদৰী কৰাৰ পাছতে দেশজুৰি পুনৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভাৰত চৰকাৰৰ অভিলাসী প্ৰকল্প হিচাপে পৰিচিত বন্দে ভাৰত এক্সপ্ৰেছত পূৰ্বেও তদ্ৰুপ ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছিল। যোৱা ১৫ মাৰ্চত পাটনা-টাটানগৰ বন্দে ভাৰত … Read more