অসম

অসম

শোকাৱহ! তীব্ৰবেগী বাইকৰ খুন্দাত মৃত্যুক সাৱটিলে অধিবক্তা তথা এটি ৯ মহীয়া সন্তানৰ পিতৃ দেৱজিৎ বৰুৱাই

এক শোকাৱহ ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা অধিবক্তা দেৱজিৎ বৰুৱাৰ মৃত্যু। ৩১ ডিচেম্বৰৰ সন্ধিয়া ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত

Read More
অসম

নৱবৰ্ষৰ উপহাৰ! পুনৰ প্ৰতি ইউনিট বিদ্যুৎ মাছুলত ১ টকাকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ এ পি ডি চি এলৰ…

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি কৰা হ’ব বিদ্যুৎ মাছুল। প্ৰতি ইউনিট বিদ্যুৎ মাছুলত ১ টকাকৈ

Read More
অসমীয়াঅসম

চাঞ্চল্যকৰ! জুৱা খেল বন্ধ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰতে আক্ৰমণ জুৱাৰীৰ, ৫ জোৱান আহত…

নিউজ ডেস্কঃ বোকাখাতৰ ডিফলুত চাঞ্চল্যকৰ কাণ্ড। জুৱা খেল বন্ধ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আকস্মিক আক্ৰমণ। জুৱাৰীয়ে ভাঙি চূৰমাৰ কৰিলে আৰক্ষীৰ

Read More
অসমীয়াঅসম

শোকাবহ! বাইকেৰে ঘৰলৈ ওভতাৰ পথতে বলেৰ’ বাহনৰ সৈতে সংঘৰ্ষ, ২ ভাতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ গোলাঘাটৰ মেৰাপানীত শোকাৱহ পথ দুৰ্ঘটনা। বাইক আৰু বলেৰ’ বাহনৰ সংঘৰ্ষত মৃত্যু বাইক আৰোহী দুই ভাতৃৰ। জানিব পৰা মতে,

Read More
অসমীয়াঅসমগুৱাহাটী

নৱবৰ্ষত সুৰা বিক্ৰীৰ অভিলেখ গুৱাহাটীত! দুটা দিনত বিক্ৰী হ’ল ৮ কোটি টকাৰ সুৰা…

নিউজ ডেস্কঃ এফালে সুৰাপানক লৈ কঠোৰ চৰকাৰ-প্ৰশাসন, আনফালে মহানগৰীত দুটা দিনত সৃষ্টি হ’ল সুৰা বিক্ৰীৰ অভিলেখ। ৩১ ডিচেম্বৰ আৰু পহিলা

Read More
অসমীয়াঅসম

পুনৰ ডাম্পাৰৰ দৌৰাত্ম্য! পহিলা জানুৱাৰীৰ নিশাই ডাম্পাৰৰ খুন্দাত মৃত্যু বিজেপিৰ সক্ৰিয় কৰ্মীৰ…

নিউজ ডেস্কঃ পহিলা জানুৱাৰীৰ নিশাই কাছাৰৰ উদাৰবন্দত মৰ্মান্তিক পথ দুৰ্ঘটনা। পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে যুৱকৰ। মাটিভৰ্তি তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত

Read More
অসমঅসমীয়া

মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফসহ পলায়ন কুখ্যাত বাইক চােৰৰ

নিউজ ডেস্ক। মহানগৰীত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পােৱাৰ সময়তে এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলাল এটা কুখ্যাত বাইক চােৰ। উল্লেখ্য

Read More
অসমীয়াঅসম

কঠোৰ হৈছে বনভােজৰ SOP! শিথিল কৰাৰ ইংগিত মুখ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ বনভোজৰ SOP শিথিল কৰাৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পহিলা জানুৱাৰীত ব্ৰহ্মপুত্ৰ কাৰ্নিভেল মুকলি কৰি এই ইংগিত মুখ্যমন্ত্ৰী

Read More
অসমীয়াঅসম

খাকী পোছাকধাৰীৰ আন এক নিৰ্লজ্জ কাণ্ড! এইবাৰ থানাৰ ভিতৰতে যুৱতীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ SI ৰিপজ্যোতি দলে…

নিউজ ডেস্কঃ আকৌ খাকী পোছাকত দাগ। এইবাৰ থানাৰ ভিতৰতে যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে। শিৱসাগৰ সদৰ থানাৰ উপ-পৰিদৰ্শক

Read More
অসমীয়াঅসম

অসমৰ মানুহে স্বাধীনতা নালাগে বুলি পৰেশ বৰুৱাক বিশ্বাস দিয়াব পাৰিলে আলফা সমস্যাৰ সমাধান সম্ভৱ হ’বঃ মুখ্যমন্ত্ৰী…

নিউজ ডেস্কঃ আলফা সমস্যা সমাধানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নতুন বছৰৰ পহিলা দিনটোতে আলফা স্বাধীনৰ প্ৰসংগ উত্থাপন

Read More