মেঘালয়অসমীয়া

Meghalaya News : পুনৰ ৪ জনক নৃশংসভাৱে হত্যা, ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ

Meghalaya News: Severed body of four youths recovered in Umpleng, East Jaintia Hills

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য মেঘালয়ত (Meghalaya) পুনৰ চাঞ্চল্যকৰ ঘটনা।

পূব জয়ন্তীয়া পাহাৰৰ (East Jaintia Hills District) উমপ্লেং গাঁৱত (Umpleng village) চাৰিজন যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ।

প্ৰত্যক্ষদৰ্শীয়ে পুৱাই মুকলি পথাৰত একেলগে প্লাষ্টিকৰ ৰছীৰে বান্ধি থোৱা অৱস্থাত মৃতদেহ কেইটা প্ৰত্যক্ষ কৰে।

মৃত যুৱককেইজনক অ-জনজাতীয় বুলি ধাৰণা কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *