মূল্যবৃদ্ধি! ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ফুটপাথত ৰঙাচাহ বনালে অংকিতা দত্তই…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত অভিনৱ প্ৰতিবাদ সাব্যস্ত যুৱ কংগ্ৰেছৰ। ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ফুটপাথত ৰঙাচাহ বনালে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই।
Read MoreNews from Assam & Northeast India
News from Assam & Northeast India
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত অভিনৱ প্ৰতিবাদ সাব্যস্ত যুৱ কংগ্ৰেছৰ। ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ফুটপাথত ৰঙাচাহ বনালে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই।
Read Moreনিউজ ডেস্ক। বিহুৰ আনন্দ-উছাহৰ মাজতে অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে সংবাদ মেল সম্বোধন কৰি অহা ১৯
Read Moreনিউজ ডেস্ক। মহানগৰী উত্তাল কৰিছে হাজাৰ হাজাৰ টেট শিক্ষকে। নিজৰ চাকৰিটো নিয়মীয়া কৰণৰ দাবীত শ্ৰেণীকোঠা এৰি ৰাজপথত প্ৰতিবাদত নামিছে টেট
Read Moreটেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত উত্তাল হ’ল সৰ্বশিক্ষাৰ কাৰ্যালয়। চাকৰি নিয়মীয়াকৰণৰ দাবীত কাহিলীপাৰাত হাজাৰ হাজাৰ টেট শিক্ষকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
Read Moreচেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব ত্যাগ কৰিলে তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে। বৃহস্পতিবাৰে চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা
Read Moreপুনৰ আলফা স্বাধীনলৈ গমন অসমীয়া যুৱক। এইবাৰ পুত্ৰ-পত্নীক এৰি আলফাত যোগ দিলে বৰপেটাৰ ধনজিৎ দাসে। বৰপেটাৰ গান্ধী নগৰৰ বাসিন্দা ধনজিৎ
Read Moreনিউজ ডেস্ক। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্তব্যৰত কেন্দ্ৰীয় ঔদ্যােগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএচএফ (CISF) বাহিনীৰ বিৰুদ্ধে উত্থাপন হৈছে
Read Moreনিউজ ডেস্ক। এক শােকাৱহ ঘটনা। পথৰ দাঁতিত থকা ট্ৰেন্সফ’ৰ্মাৰত হঠাতে বিস্ফােৰণ ঘটি কৰুণ মৃত্যু স্কুটি আৰােহী দুই পিতা-পুত্ৰীৰ। এই ঘটনা
Read Moreএদল মাংস লোলুপ নির্দয় মানুহৰ নিৰ্লজ্জ কাণ্ড। খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম’হ বধ কৰি খালে ভোজ-ভাত। জীৱ শ্ৰেষ্ঠ মানুহে
Read Moreনিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে সেউজীয়া পাহাৰৰ অবৈধ ধ্বংসযজ্ঞ। একাংশ অসাধু ব্যৱসায়ীয়ে পূৰ্ণ গতিত অব্যাহত ৰাখিছে পাহাৰৰ শিল-মাটিৰ
Read More