Author: NEWS DESK

অসম

দিছপুৰ কলেজৰ ধন হৰলুকী, বেংক অব্ বৰোডাৰ মুখ্য প্রবন্ধকসহ পাঁচজনক আটক…

দিছপুৰ কলেজৰ ৭৬ লাখ টকা হৰলুকী হোৱা ঘটনাই লৈছে নতুন মোৰ। বেংকটোৰ পৰা ধন নোহোৱা হোৱা ঘটনাৰ আঁৰত বেংকৰে বিষয়া-কৰ্মচাৰী

Read More
ৰাষ্ট্ৰীয়অসমীয়া

৭ বছৰ ধৰি পত্নীৰ নিৰ্যাতনৰ বলি বিদ্যালয়ৰ প্ৰধান শিক্ষক! কাষ চাপিলে ন্যায়ালয়ৰ

নিউজ ডেস্কঃ ৭ বছৰ পূৰ্বে প্ৰেম বিবাহ কৰিছিল তেওঁলোকে। প্ৰথমাৱস্থাত সকলো ঠিকেই আছিল। কিন্তু লাহে লাাহে পত্নীৰ উপদ্ৰৱ যেন বাঢ়িবলৈ

Read More
অসম

ময়াে জইন কৰিম! ফেচবুকত কমেন্ট দি গ্ৰেপ্তাৰ হোৱা নৱজ্যােতি দাসৰ মুক্তিৰ দাবীত প্ৰতিবাদ…

ছ’চিয়েল মিডিয়াত আলফালৈ যাম বুলি প’ষ্ট দি গ্ৰেপ্তাৰ হোৱা যোৰহাটৰ নৱজ্যােতি দাসৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ। আলফা সংক্ৰান্তীয় এটা বাতৰি

Read More
ৰাষ্ট্ৰীয়অসমীয়া

অবৈধ নহয় দেহ ব্যৱসায়ঃ উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ এতিয়াৰে পৰা দেহ ব্যৱসায়ীৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰিব আৰক্ষীয়ে। বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰতিখন কেন্দ্ৰীয় শাসিত প্ৰদেশ আৰু

Read More
অসম

খেদি খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ডক আল্লাউদ্দিনক…

আৰক্ষীৰ জালত বটদ্ৰৱা থানা জ্বলোৱা ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড। খেদি খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ডক আল্লাউদ্দিনক। দৰং আৰক্ষীৰ সহযোগত

Read More
অসমঅসমীয়া

ডনবস্ক’ৰ উপাচাৰ্যৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক। সােণাপুৰৰ বিশিষ্ট উদ্যােগী, অভিনেতা জৰ্জ বৰদলৈৰ আত্মহত্যাৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উপাচার্য ষ্টিফেন মাভলেৰ জামিন

Read More
অসমঅসমীয়া

ডনবস্ক’ৰ ভূমি দখলৰ বিষয়ে তদন্তৰ বাবে ৩ জনীয়া সমিতি গঠন ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক। সােণাপুৰৰ বিশিষ্ট উদ্যােগী, অভিনেতা জর্জ বৰদলৈৰ চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে উত্থাপন হৈছে শ শ

Read More
অসম

মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা, অভিযানত জব্দ ৩০ হাজাৰ বটল কফ চিৰাপ…

গুৱাহাটী মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত জব্দ ৩০ হাজাৰ বটল কফ চিৰাপ। জব্দকৃত কফ চিৰাপিনি পশ্চিমবংগৰ পৰা অসমলৈ আনিছিল।

Read More
অসম

আৰক্ষীৰ অভিযানত এল্টো বাহনৰ পৰা জব্দ ৫৫ লাখ টকা, দুজনক আটক…

আৰক্ষীৰ অভিযানত এল্টো বাহনৰ পৰা জব্দ ৫৫ লাখ টকা। হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ পৰা জব্দ কৰা হয় এই টকাখিনি। সীমান্তবৰ্তী

Read More