অসম

গুৱাহাটীত বন্ধ হ’ল ২১ খন গুলপীয়া ASTC বাছৰ সেৱা…

গুৱাহাটীত বন্ধ হ’ল ২১ খন গুলপীয়া ASTC বাছ।

image 128

‘ভ্ৰমণ সাৰথি’ আঁচনিৰ অন্তৰ্ভুক্ত আছিল বাছসমূহ।

মহিলা, জ্যেষ্ঠ নাগৰিকৰ বাবে ASTC-এ চলাইছিল বাছসমূহ।

image 127

যাত্ৰীয়ে ব্যৱহাৰ নকৰাৰ বাবেই ২১খন বাছ প্ৰত্যাহাৰৰ সিদ্ধান্ত ASTCৰ।

এতিয়াৰে পৰা কেৱল ৪খন গুলপীয়া বাছ চলিব মহানগৰীত।

খানাপাৰা-জালুকবাৰী, বোন্দা-জালুকবাৰীলৈ চলিব বাছকেইখন।

image 126

২০২১ চনৰ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল এই গুলপীয়া বাছ সেৱাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *