মেঘালয়

শ্বিলঙৰ চেৰী ব্লছম উৎসৱত অপ্ৰীতিকৰ পৰিস্থিতি, আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ…

শ্বিলঙত অনুষ্ঠিত হোৱা ‘চেৰী ব্লছম উৎসৱ’ত অপ্ৰীতিকৰ পৰিস্থিতি।

অনুষ্ঠানস্থলীৰ প্ৰৱেশদ্বাৰত বিশৃংখলতাৰ সৃষ্টি একাংশ উদণ্ড লোকৰ।

শুক্ৰবাৰে একাংশ একাংশ লােকে অনুষ্ঠানস্থলীত প্ৰৱেশ কৰিব বিচাৰি এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে।

বহুলোকে অনুষ্ঠানস্থলীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ পিছত আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে।

উল্লেখ্য যে, পোলো গ্ৰাউণ্ডত ইয়াৰ পূৰ্বে কোনো অনুষ্ঠানৰ সময়ত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়ােগ কৰিব লগা পৰিস্থিতি উদ্ভৱ হোৱা নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *