যাত্ৰীবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, দুটাকৈ দবা জ্বলি ভস্মীভূত…

যাত্ৰীবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড।

মধ্য প্ৰদেশৰ মোৰেনাত সংঘটিত হৈছে এই ঘটনা।

উধমপুৰ-দূৰ্গ এক্সপ্ৰেছৰ দুটাকৈ দবাত অগ্নিকাণ্ড সংঘটিত হয়।

ৰে’ল খনৰ এ১ আৰু এ২ ডবাত জুইত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

লগে লগে ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল।

অৱশ্যে সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।

অগ্নিকাণ্ডৰ কাৰণ নিশ্চিত কৰা নাই ৰে’ল বিভাগে।

Leave a Comment