ৰাষ্ট্ৰীয়

লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক, দিল্লীৰ এইমছত ভৰ্তি…

গুৰুতৰভাৱে অসুস্থ লালু প্ৰসাদ যাদৱ।

সংকটজনক অৱস্থাত দিল্লীৰ এইমছত ভৰ্তি RJDৰ প্ৰধানগৰাকীক।

জ্বৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে এইমছত।

অক্সিজেন লেবেল হ্ৰাস হোৱাৰ লগতে জ্বৰো হৈ আছিল নেতা গৰাকীৰ।

 মূৰ ঘূৰাই পৰি যোৱাৰ বাবে ততাতৈয়াকৈ দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয় লালু প্ৰসাদ যাদৱক।

উল্লেখ্য যে, বহুদিন হাস্পতালত থকাৰ পিছত স্বাস্থ্য কিছু উন্নতি হোৱত ১০ দিনৰ বাবে বিহাৰলৈ গৈছিল নেতাগৰাকী।

সেই ১০ টা দিনত বহু অনুষ্ঠান আদিত অংশ লোৱাৰ লগতে বহু লোকৰ সৈতেও দেখা সাক্ষাৎ হৈছিল নেতাগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *