মেঘালয়

শ্বিলঙৰ বজাৰত ভয়ংকৰ IED বিস্ফোৰণ, মহিলাসহ আহত দুই…

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ বজাৰত ভয়ংকৰ IED বিস্ফোৰণ।

মঙ্গলবাৰে দিনৰ প্ৰায়  ১ঃ৩০ বজাত এই বিস্ফোৰণ সংঘটিত হয়।

শ্বিলঙৰ লাইটুমখ্ৰা বজাৰত বিস্ফোৰিত হৈছে IED।

IED বিস্ফোৰণত আহত হৈছে এগৰাকী মহিলাসহ ২জন লোক আহত হৈছে।

আহত মহিলাগৰাকীক নাজাৰেথ হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰোপৰি বিস্ফোৰণস্থলীৰ কাষত থকা বহু কইটা ঘৰৰ খিৰীকিৰ আইনা ভাঙি যায় বুলি জানিব পৰা গৈছে।

ইতিমধ্যে বিস্ফোৰণস্থলীত মেঘালয় আৰক্ষী আৰু উচ্চ পদস্থ বিষয়াই উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *