অৰুণাচল প্ৰদেশঅসমীয়া

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ M-17 হেলিকপ্টাৰ…

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ M-17 হেলিকপ্টাৰ।

বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এই দুৰ্ঘটনা।

দুৰ্ঘটনাৰ সময়ত বিমানখনত মুঠ ৫ গৰাকী লোক আছিল।

photo-2021-11-18-19-45-33

দুগৰাকী পাইলট সহ তিনি ক্ৰু মেম্বাৰো আছিল হেলিকপ্টাৰ খনত।

পিছে সৌভাগ্যক্ৰমে কেউজনেই সুৰক্ষিত অৱস্থাত উদ্ধাৰ হয়।

ভাৰতীয় বায়ু সেনা বিভাগে এই দুৰ্ঘটনাৰ বিষয়ে সদৰি কৰে।

দুৰ্ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, হেলিকপ্টাৰখন বহুদিন ধৰি ব্যৱহাৰ নোহোৱাকৈ আছিল।

বৃহস্পতিবাৰে দুগৰাকী পাইলটে হেলিকপ্টাৰখন উৰুৱাবলৈ চেষ্টা কৰাৰ পিছতে যান্ত্ৰিক বিজুতীয়ে দেখা দিয়ে আৰু অৱতৰণ কৰাৰ লগে লগে বিস্ফোৰণ হয়।

photo-2021-11-18-19-45-45-2

এই দুৰ্ঘটনা ৰাজ্যখনৰ পূৱ প্ৰান্তত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

দু্ৰ্ঘটনাৰ পিছতে তদন্তৰ ঘোষণা কৰিছে বায়ু সেনা বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *