মেঘালয়

কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১১ বিধায়কে কৰিব তৃণমূলত যোগদান…

কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত।

প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১১ বিধায়কে কৰিব তৃণমূলত যোগদান।

মেঘালয়ত ১১জনকংগ্ৰেছ বিধায়কক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই যোগদান কৰিব তৃণমূল কংগ্ৰেছত।

পিটিআইৰ খবৰ অনুসৰি মেঘালয়ৰ ১১জন কংগ্ৰেছ বিধায়কে TMCত যোগদান কৰিব।

আজি তৃণমূলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।

কংগ্ৰেছৰ ১৮গৰাকী বিধায়কৰ ভিতৰত ১২জনেই তৃণমূলত যোগদান কৰাকৈ লৈ মেঘালয়ৰ ৰাজনীতি গৰম হৈ পৰিছে।

ইতিমধ্যে যোৱা বুধবাৰে ১১গৰাকী বিধায়কে দাখিল কৰিছে পদত্যাদ পত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *