NE

আজি পবিত্ৰ জন্মাষ্টমী…

আজি পবিত্ৰ জন্মাষ্টমী।

কৰ’ণা মহামাৰীৰ মাজতে আজি দেশজুৰি পালন কৰা হ’ব শ্ৰী কৃষ্ণৰ জন্মাষ্টমী।

বিশ্বাস অনুসৰি আজি নিশাই দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ।

ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষতৰ অষ্টমী তিথিত হৈছিল।

অসমতো জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে।

শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ।

এই পবিত্ৰ উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী মোডীৰ লগতে, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভকামনা জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *