পেৰালিম্পিকত ভাৰতৰ স্বৰ্ণ জয়, ইতিহাস সৃষ্টি কৰি ভাৰতৰ অৱনী লেখৰাই লাভ কৰিলে সোণ…

টকিঅ’ পেৰালিম্পিকৰ পৰা দেশবাসীলৈ আহিলে এক ভাল খবৰ।

পেৰালিম্পিকত ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক।

ইতিহাস সৃষ্টি কৰি ভাৰতৰ অৱনী লেখৰাই লাভ কৰিলে সোণৰ পদক।

১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত সোণৰ পদক লাভ কৰিছে অৱনী লেখৰাই।

Image

সোণৰ পদক অৰ্জন কৰা অৱনী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।

অৱনীৰ এই সফলতাৰ পাছতে শুভেচ্ছা জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Leave a Comment