জন্মদিন উদযাপনৰ নামত মহানগৰীত ড্ৰাগছ পাৰ্টি, যুৱতী-মহিলাসহ ১৭ জন গ্ৰেপ্তাৰ…

জন্মদিন উদযাপনৰ নামত মহানগৰীত ড্ৰাগছ পাৰ্টি।

মহানগৰীৰ খাৰঘুলিৰ ৰিভেৰিয়া এপাৰ্টমেণ্টত আৰক্ষীৰ অভিযান।

ক’কেইনসহ জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰা ১৭ জনক গ্ৰেপ্তাৰ।

ক’ভিড প্ৰট’কল ভংগ কৰি নিশা ৰিভেৰিয়া এপাৰ্টমেন্টৰ তৃতীয় মহলাত চলিছিল জন্মদিনৰ পাৰ্টি।

অমৃত বৰুৱা নামৰ এজন ব্যক্তিৰ জন্মদিন উদযাপন কৰিছিল নিশা ৰিভেৰিয়াত।

সেই পাৰ্টীতেই কোকেইন সহ জন্মদিনৰ পাৰ্টীত অংশগ্ৰহন কৰা প্ৰায় ১৭ গৰাকীকৈ পুৰুষ মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ।

এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ টুইট।

অসম আৰক্ষীৰ এই সফলতাক প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

গ্ৰেপ্তাৰ হোৱা লোক কেইগৰাকী হ’ল—-

বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰীয়া,চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰেন্দ্ৰ সিনহা, ৰিদিপ বৰুৱা,সিদ্ধাৰ্থ বৰঠাকুৰ,মহম্মদ ফাহাদ ফাৰী আলি ,ৰাকেশ বৰগোহাঁই, দেবযানী হাজৰিকা, জুবী বৰুৱা, নয়নিকা বেৰীয়া, দেৱৰ্ষী বেৰীয়া, নিমিছা ভূঞা।

Leave a Comment