NE

মাদ্ৰাছাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ  দুজন ছাত্ৰ

নিউজ ডেস্ক। মহানগৰীত ছাত্ৰ নিৰুদ্দেশৰ ৰহস্যজনক ঘটনা।

বতাহঘুলিৰ ইউচুফ নগৰৰ মাদ্ৰাছাৰ পৰা নিখোজ দুজন ছাত্ৰ।

২৫ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰ দুজন।

মাদ্ৰাখনৰ পৰা সন্ধিয়া প্ৰায় ৫-৩০ বজাত দোকানলৈ বস্তু কিনিবলৈ গৈ সন্ধানহীন হৈ আছে ছাত্ৰ দুজন।

দুই সন্ধানহীন ছাত্ৰ ছয়মাইলৰ জাহিদ আখতাৰ আৰু হোজাই ডবকাৰ চাহবুব আলম।

ঘটনা সন্দৰ্ভত ছাত্ৰ দুজনৰ পৰিয়ালে সাতগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ সন্ধান লাভ কৰিব পৰা নাই ছাত্ৰ দুজনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *