ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সোণোৱালে দিছপুৰৰ অসম বিধানসভাত দাখিল কৰিছে মনোনয়ন।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্নবান্দ সোণোৱালক মনোনয়ন পত্ৰ দাখিল সময়ত সংগ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি সোণোৱালক সংগ দিছে মন্ত্ৰী অতুল বৰা, ৰাজিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপি, অগপ, ইউ পি পি এলৰ বহু নেতৃত্বই।

image 6
ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে... 2

উল্লেখ্য যে, ৰাজ্যত ৪ অক্টোবৰত অনুষ্ঠিত হব ৰাজ্যসভাৰ উপ নিৰ্বাচন।

ৰাজ্যসভাত অসমৰ খালী হৈ আছে এখন আসন।

ৰাজ্যসভাৰ এই আসনৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ।

Leave a Comment