ক’ভিড ভেকচিন লোৱা ব্যক্তিয়ে ভ্ৰমণ কৰিব পাৰিব মেঘালয়ঃ কনৰাড চা‍ংমা

282

পৰ্যটকসকলৰ বাবে ভাল খবৰ। উত্তৰ পূবৰ অন্যতম পৰ্যটনস্থলী মেঘালয় ভ্ৰমণ কৰিব পাৰিব পৰ্যটকসকলে। ১ চেপ্তেম্বৰৰ পৰা মেঘালয় ভ্ৰমণ কৰিব পাৰিব পৰ্যটকসকলে। অৱশ্যে ইয়াৰ বাবে পৰ্যটক সকলে ক’ভিড ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব। এই কথা ঘোষণা কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মেঘালয় ভ্ৰমণৰ বাবে চৰকাৰে বান্ধি দিছে নিয়ম… ক’ভিড ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকসকলক মেঘালয় … Read more

শোকাৱহ! তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ…

270

এক শোকাৱহ ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ। দৰঙৰ ছিপাঝাৰৰ কদমতলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। চাইকেলেৰে গৈ থাকোঁতেই তীব্ৰবেগী বাহনে মহতিয়াই নিলে অষ্টম শ্ৰেণীৰ ছাত্ৰ দ্বীপজ্যেতি হাজৰিকাক। থিতাতে নিহত ছাত্ৰ গৰাকী দক্ষিন চুবুৰী গাঁৱৰ। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰি গাড়ী খনৰ মংগলদৈ অভিমুখে পলায়ন কৰে। দ্বীপজ্যেতি হাজৰিকাক … Read more

মৃণাল শইকীয়াৰ পাছত এইবাৰ বিধায়ক আৱাসগৃহৰ পৰা চোৰে নিলে সুৰেণ ফুকনৰ চাইকেল

266

দিছপুৰত থকা বিধায়ক আৱসগৃহৰ পৰা পুনৰ চাইকেল চোৰৰ ঘটনা। মৃণাল শইকীয়াৰ পাছত এইবাৰ বিধায়ক আৱসগৃহৰ পৰা চোৰে নিলে বিধায়ক সুৰেণ ফুকনৰ চাইকেল। ডিগবৈৰ বিধায়ক সুৰেণ ফুকেনৰ আৱাসগৃহৰ পৰা চোৰে লৈ গ’ল বিধায়কগৰাকীৰ পুত্ৰৰ এখন নতুন চাইকেল। ১৮ আগষ্টত বিধায়কগৰাকীয়ে ক্ৰয় কৰিছিল চাইকেলখন। নতুন বিধায়ক অৱাসৰ দ্বিতীয় মহলাৰ পৰা চোৰে লৈ যায় চাইকেলখন। বিধায়ক আৱাসত চি … Read more

মহানগৰীত নৃশংস ঘটনা, মদ খাবলৈ টকা নিদিয়াৰ বাবেই মদ-পেট্ৰ’ল ঢালি জ্বলাই দিলে এজনক…

262

গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত হৈছে এক নৃশংস ঘটনা। মদ খাবলৈ টকা নিদিয়াৰ বাবেই মদ আৰু পেট্ৰ’ল ঢালি জ্বলাই দিলে এজনক। আমজাদ আলী নামৰ এজন যুৱকৰ গাত অগ্নিসংযোগ কৰিলে উৎপল বড়ো নামৰ এজন লোকে। জানিব পৰা মতে, আমজাদ আলী নামৰ এজন যুৱকৰ পৰা মদ খাবলৈ পইচা খুলিছিল উৎপল বড়ো ওৰফে ঢেপা নামৰ এজন যুৱকে। কিন্তু আমজাদে … Read more

প্রথমবাৰৰ বাবে ভাৰতীয় সেনাত পাঁচ মহিলা বিষয়াক কর্নেললৈ পদোন্নতি….

252

প্রথমবাৰৰ বাবে ভাৰতীয় সেনাত পাঁচ মহিলা বিষয়াক কর্নেললৈ পদোন্নতি। ভাৰতীয় সেনাৰ ছিলেকচন ব’র্ডে ২৬ বছৰৰ উল্লেখযোগ্য সেৱাৰ পাছত ৫ মহিলা বিষয়াক কর্নেললৈ পদোন্নতিৰ অনুমোদন জনাইছে৷ ক’ৰ অৱ ছিগনেল, ক’ৰ অৱ ইলেক্ট্রনিক এণ্ড মেকানিকেল ইঞ্জিনীয়ার্ছ আৰু ক’ৰ অৱ ইঞ্জিনীয়ার্ছত কর্মৰত ৫গৰাকী মহিলা বিষয়াক প্রথমবাৰৰ বাবে কর্নেল পদবীলৈ উন্নীত কৰিছে৷ উল্লেখ্য যে আর্মী মেডিকেল ক’ৰ (এ এম … Read more

ভাল খবৰ! টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত অসম সন্তান…

240

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব লাভ এগৰাকী অসম সন্তানৰ। অসমৰ প্ৰাক্তন ৰঞ্জী ট্ৰফী ক্ৰিকেটাৰ তথা বৰ্তমানৰ আই পি এলৰ দিল্লী কেপিটেল দলৰ ফিল্ডিং প্ৰশিক্ষক শুভদ্বীপ ঘোষ লাভ কৰিছে এই দায়িত্ব। ২৯ ছেপ্টেম্বৰৰ পৰা ১৩ অক্টোবৰলৈ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া টীম ইণ্ডিয়াৰ মহিলা দলটোৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত থাকিব … Read more

শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা যোৰহাটৰ বাল্য ভৱনত মুখ্যমন্ত্ৰী, শৈশৱৰ কথা মনত পেলাই হৈ পৰিল আৱেগিক…

196

শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা যোৰহাটৰ বাল্য ভৱনত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আছে যোৰহাটৰ সৈতে এক বিশেষ সম্পৰ্ক। ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল যোৰহাটৰ মিছন হাস্পতালত। চাকৰি সূত্ৰে হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ সেই সময়ত যোৰহাটত আছিল। যোৰহাট নগৰৰ জেবি ৰোডৰ দৰঙিচুকৰ এটি ভাড়াঘৰত আছিল … Read more

জল সম্পদ বিভাগৰ কাৰ্যালয়ত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ চাদেন ভিজিট, ১৪জন কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন…

195

জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ চাদেন ভিজিট। গুৱাহাটীৰ চানমাৰীস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত মন্ত্ৰী গৰাকীৰ বৃহস্পতিবাৰে হঠাৎ উপস্থিত হয়। কাৰ্যালয়ৰ প্রতিটো কোঠা পৰিদর্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মুঠ ৩৫৭ গৰাকী কৰ্মচাৰীৰ ভিতৰত বৃহস্পতিবাৰে অনুপস্থিত ২৪ গৰাকী কৰ্মচাৰী। ইয়াৰে ১০ গৰাকী দৰ্খাস্ত দি ছুটি লৈছে। আনহাতে ১৪ গৰাকীয়ে দৰ্খাস্ত নিদিয়াকৈ অনুপস্থিত। আৱেদন … Read more

কৃষকৰ সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি AJP ৰ ‘গণ সত্যাগ্ৰহ’ কাৰ্যসূচী…

184

কৃষকৰ সমস্যা সন্দৰ্ভত ‘অসম জাতীয় পৰিষদ’ৰ সভাপতি লুৰিণজ্যোতিৰ গগৈৰ সংবাদমেল। এফচিআইৰ নতুন মহাপ্ৰবন্ধকক সংবাদমেলৰ জৰিয়তে সমালোচনা কৰিছে নেতাগৰাকীয়ে। ৰাজ্যত খৰাং পৰিস্থিতিক লৈ চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে তেওঁ। লুৰিণজ্যোতি গগৈয়ে কয়, বৰ্তমান সময়ত কৃষকৰ ডাঙৰ সমস্যাটো হ’ল তেওঁলোকে নিজৰ উৎপাদিত ধান উপযুক্ত মূল্যত বিক্ৰী কৰিব পৰা নাই। অসমত ধান ক্ৰয়ৰ … Read more

পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনাই আঠখেলীয়া নামঘৰত আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে…

182

পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনাই ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত আশীষ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিনৰ প্ৰায় ১১ বজাত আঠখেলীয়া নামঘৰত আহি উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিত্ত মন্ত্ৰী অজন্তা নেওগ ,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত , কৃষি মন্ত্ৰী অতুল বৰা , ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন আৰু … Read more