জন্মদিন উদযাপনৰ নামত মহানগৰীত ড্ৰাগছ পাৰ্টি, যুৱতী-মহিলাসহ ১৭ জন গ্ৰেপ্তাৰ…
জন্মদিন উদযাপনৰ নামত মহানগৰীত ড্ৰাগছ পাৰ্টি। মহানগৰীৰ খাৰঘুলিৰ ৰিভেৰিয়া এপাৰ্টমেণ্টত আৰক্ষীৰ অভিযান। ক’কেইনসহ জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰা ১৭ জনক গ্ৰেপ্তাৰ। ক’ভিড প্ৰট’কল ভংগ কৰি নিশা ৰিভেৰিয়া এপাৰ্টমেন্টৰ তৃতীয় মহলাত চলিছিল জন্মদিনৰ পাৰ্টি। অমৃত বৰুৱা নামৰ এজন ব্যক্তিৰ জন্মদিন উদযাপন কৰিছিল নিশা ৰিভেৰিয়াত। সেই পাৰ্টীতেই কোকেইন সহ জন্মদিনৰ পাৰ্টীত অংশগ্ৰহন কৰা প্ৰায় ১৭ গৰাকীকৈ পুৰুষ মহিলাক … Read more