ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণা বিজেপিৰ…
ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে সৰ্বানন্দ সোণোৱালক নাম প্ৰক্ষেপ বিজেপিৰ। অসমকে ধৰি আন পাঁচখন ৰাজ্যত অহা ৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপ-নিৰ্বাচন। উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে অসম আৰু মধ্যপ্ৰদেশৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে অসমৰ একমাত্ৰ আসনখনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থী হিচাপে … Read more