NE

আৰক্ষীৰ জালত জয়ন্ত কছাৰী আৰু কুশল কলিতাৰ অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড…

আৰক্ষীৰ জালত জয়ন্ত কছাৰী আৰু কুশল কলিতাৰ অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড।

ঘটনাৰ মূল অভিযুক্ত ৰামেশ্বৰ ৰাভাক গ্ৰেপ্তাৰ গডচুক আৰক্ষীৰ।

গোৱালপাৰাৰ কৃষ্ণাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ধৃত ৰাভাক।

অপহৰণ কাণ্ডৰ লগত জড়িত ৯ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ৩০ জুনত গড়ভাঙাৰ দূৰ্গম স্থানৰ পৰা অপহৃত হৈছিল গুৱাহাটীৰ দুই ব্যৱসায়ী জয়ন্ত কছাৰী আৰু কুশল কলিতা।

Leave a Reply

Your email address will not be published. Required fields are marked *