বিমানৰ ভিতৰত শুই শুই চিগাৰেট হুপিছিল ইনষ্টাগ্ৰামৰ তাৰকাই! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই ব্যৱস্থা ল’লে কেন্দ্ৰীয় চৰকাৰে…
নিউজ ডেস্কঃ বিমানৰ ভিতৰত ধুম্ৰপান কৰি তাৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰি নিজেই বিপদত পৰিল ছ’চিয়েল মিডিয়াৰ তাৰকা ববী কাটাৰিয়া।
Read More