আধা ঘণ্টা ধৰি খুলিব পৰা নাছিল এম্বুলেন্সৰ দুৱাৰ! ভিতৰত আৱদ্ধ হৈ মৃত্যু চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত লৈ অনা ব্যক্তিৰ
নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ব্যক্তিজন। লগে লগে স্থানীয় লোকে ব্যক্তিজনক উদ্ধাৰ কৰি এম্বুলেন্সযোগে প্ৰেৰণ কৰিছিল
Read More