অসম

প্ৰদেশ যুৱ কংগ্ৰেছ সভানেত্ৰী অংকিতা দত্তলৈ CBI-ৰ চমন…

প্ৰদেশ যুৱ কংগ্ৰেছ সভানেত্ৰী অংকিতা দত্তলৈ CBI-ৰ চমন।

৩ ছেপ্তেম্বৰত CBI কাৰ্যলয়ত হাজিৰ হব লাগিব যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত।

জানিব পৰা মতে, প্ৰয়াত পিতৃৰ সৈতে জড়িত এটা গোচৰ (সাৰদা কেলেংকাৰী)ত কন্যা অংকিতা দত্তলৈ চমন জাৰি কৰা হৈছে।

image 198
প্ৰদেশ যুৱ কংগ্ৰেছ সভানেত্ৰী অংকিতা দত্তলৈ CBI-ৰ চমন... 3

৩ ছেপ্তেম্বৰত কলকাতাৰ CBI মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।

পিতৃ প্ৰয়াত অঞ্জন দত্তৰ প্ৰতিষ্ঠানত বিনিয়োগ আছিল ‘সাৰদা’ৰ। পিতৃৰ প্ৰতিষ্ঠান ‘আজিৰ দৈনিক বাতৰি’ত বিনিয়োগ কৰিছিল ‘সাৰদা’ই।

উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচন ২০২১ত আমগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল অংকিতাই।