শোকাৱহ পথ দুৰ্ঘটনা! তীব্ৰবেগী হুণ্ডাই i10ৰ খুন্দাত প্ৰাণ হেৰুাৱালে বাইক আৰোহীয়ে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী হুণ্ডাই i10ৰ খুন্দাত প্ৰাণ হেৰুাৱালে এগৰাকী বাইক আৰোহীয়ে।

ক্ষেত্ৰীৰ সোণাপুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

তীব্ৰবেগী হুণ্ডাই আই-১০ৰ খুন্দাত নিহত এগৰাকী বাইক আৰোহী।

নিহত বাইক আৰোহীজন ঔজাৰিৰ অমৃত দাস বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী আছিল দুয়োখন বাহন।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দুৰ্ঘটনা সংঘটিত কৰা হুণ্ডাই আই-১০ বাহনখনৰ নম্বৰ এএছ০১ডিএছ১৩৩৯।