অসম

অসমঅসমীয়া

চালকৰ আসনত সুৰাসক্ত যুৱতী, নিশা পথত কৰ্মৰত ৮ শ্ৰমিকক মহটিয়াই নিলে বাহনে

নিউজ ডেস্ক। গুৱাহাটী মহানগৰত নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। সুৰাৰ ৰাগিত মতলীয়া যুৱতীয়ে বাহনেৰে মহটিয়াই নিলে ৰাজপথত কাম কৰি

Read More
অসম

নতুন শিক্ষানীতি অনুসৰি ২০২৩ৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ, দ্বাদশ শ্ৰেণীঃ শিক্ষামন্ত্ৰী

মহাবিদ্যালয় সমূহত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী। সংবাদ মাধ্যমৰ আগত নতুন শিক্ষানীতিৰ সন্দৰ্ভত হবলগীয়া পৰিৱৰ্তনৰ বিষয়ে মন্তব্য কৰি এই কথা

Read More
অসম

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল…

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু। শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে শ্বেৰমানৰ বিৰুদ্ধে।

Read More
অসম

গৰুখুটিৰ হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ…

গৰুখুঁটিৰ ঘটনাক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে উত্তেজনা। যোৱা ২৩ ছেপ্টেম্বৰত উচ্ছেদৰ সময়ত গৰুখুটিত চলা উচ্ছেদ অভিযানে হিংসাত্মক ৰূপ লৈছিল।

Read More
অসম

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিলে বন মন্ত্ৰী পৰিমল

Read More
অসম

শ্বেৰমান আলীয়ে কাণত ধৰি ক্ষমা খুজিব লাগিব, নহ’লে ৰাজপথত পিটা হ’বঃ অসমীয়া যুৱ মঞ্চ

শ্বহীদক লৈ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে কৰা বিতৰ্কিত মন্তব্যক ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। শ্বহীদ দয়ানাথ শৰ্মাৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ

Read More
অসম

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী, তিনিজনক গ্ৰেপ্তাৰ…

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ। প্ৰায় ১৫ কোটি টকাৰ জিলেটিন আৰু ইলেক্ট্ৰ’নিক ডিটনেটৰ জব্দ। গড়চুক আৰক্ষীয়ে

Read More
অসমঅসমীয়া

দাবী কৰিছিল ৩੦ হাজাৰ, ১੦ হাজাৰ টকাৰ উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ SI ছাৰ

পুনৰ উৎকােচ লৈ হাতে-লােটে ধৰা পৰিল আৰক্ষী বিষয়া। এইবাৰ ঘটনাৰ স্থান গােলাঘাট জিলা। জিলাখনৰ সদৰ আৰক্ষী থানাত কৰ্মৰত উপ-পৰিদৰ্শক আব্দুল

Read More
অসম

এ আই ডি চিৰ উপ মহাপ্ৰৱন্ধক জ্যোতিৰ্ময় বৰ্মনক নিলম্বন…

অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ (এ আই ডি চি) উপ মহাপ্ৰৱন্ধক জ্যোতিৰ্ময় বৰ্মনক নিলম্বন। শেহতীয়াকৈ বিসংগতি আৰু কৰ্তব্যত অৱহেলা কৰাৰ

Read More
অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ ৰাজ্যৰ ১১ লাখ মহিলাই লাভ কৰিব ২৫ হাজাৰকৈ টকা…

ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক। বৈঠকৰ পাছতে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্রথমবাৰৰ বাবে ৰাজধানী দিছপুৰৰ বাহিৰত অনুষ্ঠিত হয়

Read More