প্ৰয়াত তৰুণ গগৈৰ হৈ ৰাষ্ট্ৰপতিৰ পৰা পত্নী ডলী গগৈয়ে গ্ৰহণ কৰিলে পদ্মভূষণ সন্মান…
মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্রপতি
Read More