বাগিছা কৰ্তৃপক্ষই মইনা নায়কক ৩ দিনৰ ভিতৰত দিব লাগিব ১৩,৩৩,০৩৪ টকা, শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশ…
নিউজ ডেস্ক। ডিব্ৰুগড় লেপেটকতা চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই কলঘৰত এক দুৰ্ঘটনাৰ সন্মুখীন হৈ চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজি আছে মইনা
Read More