গুৱাহাটী পৌৰ নিগমত ভয়ংকৰ কেলেংকাৰী, ভুৱা বিলেৰে সৰকালে ২কোটি ২১ লাখ ৬৪ হাজাৰ টকা…

গুৱাহাটী পৌৰ নিগমত ভয়ংকৰ কেলেংকাৰী

ভুৱা বিলেৰে সৰকালে ২কোটি ২১ লাখ ৬৪ হাজাৰ টকা

আছিফ আহমেদ নামৰ বিষয়া জনৰ বিৰুদ্ধে এই অভিযোগ

জাৱৰ নিষ্কাষণৰ নামত এই জালিয়াতি সংঘটিত কৰাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে।

এমাহাতে লুটিলে টকাখিনি

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আছিফ আহমেদ।

পৌৰ নিগমৰ নিজাববীয়া অভিযান পোহৰলৈ আহিছে এই জালিয়াতি তথ্য।