Author: NEWS DESK

অসম

ৰক্ষকৰ ৰূপত ভক্ষক! ভাৰাতীয়া চােৰেৰে ম’বাইলৰ দোকানত চুৰি কাৰ্য গৃহৰক্ষী জােৱানৰ…

এক চাঞ্চল্যকৰ ঘটনা। কামৰূপৰ মিৰ্জাত ভাৰাতীয়া চােৰেৰে চুৰি কাৰ্য সংঘটিত কৰিলে এগৰাকী গৃহৰক্ষী জােৱানে। গ্ৰেপ্তাৰ পলাশবাৰী থানাৰ মাণিক আলী নামৰ

Read More
অসম

অসম গৌৰৱ স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ আনুষ্ঠানিকভাৱে DSP পদ, ৫০ লাখ চেক প্ৰদান…

অসম গৌৰৱ স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ আনুষ্ঠানিকভাৱে অসম চৰকাৰে প্ৰদান কৰিলে উপ-আৰক্ষী অধীক্ষক পদ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নয়নমণি শইকীয়াক

Read More
অসম

বহিঃৰাজ্যত কাম বিচাৰি গৈ সন্ধানহীন দুই বন্ধু, এজনৰ মৃতদেহ উদ্ধাৰ…

১৯ আগষ্ট তাৰিখে অসমৰ কৰিমগঞ্জ জিলাৰ পৰা বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈছিল দুই বন্ধু। কিন্তু ৰে’লত থকাৰ সময়তে হঠাতে সংযোগ বিচ্ছিন্ন

Read More
অসম

আৰক্ষীৰ জালত ২ কুখ্যাত চাইবাৰ অপৰাধী…

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ জালত ২ কুখ্যাত চাইবাৰ অপৰাধী। নুৰজামাল গাজী আৰু মোস্তাফা আহমেদক গ্ৰেপ্তাৰ। দুয়োৰে ঘৰ ধিঙৰ ওপৰ

Read More
মণিপুৰ

মণিপুৰত জেডি(ইউ)ৰ মোক্ষম আঘাত, পাঁচজনকৈ বিধায়কৰ বিজেপিত যোগদান…

মণিপুৰত জেডি(ইউ)ৰ মোক্ষম আঘাত। পাঁচজনকৈ বিধায়কে যোগদান কৰিলে বিজেপিত। শেহতীয়া বিধানসভা নিৰ্বাচনত জয়লাভ কৰা জে ডি ইউৰ পাঁচজনকৈ বিধায়কে দল

Read More
অসম

শোকাৱহ! নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চিআৰপিএফ জোৱান কিশোৰে…

এক শোকাৱহ পথ দুৰ্ঘটনা। নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী চিআৰপিএফ জোৱানে। নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন

Read More
অসম

ভাল খবৰ! শীঘ্ৰেই অসমৰ ৰাজপথত চলিব ১০০ খন নতুন অত্যাধুনিক বিদ্যুৎচালিত বাছ…

ৰাজ্যৰ পৰিবহন বিভাগত আন এক নতুন সংযোজন। অসম চৰকাৰে ক্ৰয় কৰিবলৈ ওলাইছে ১০০ খন অত্যাধুনিক ইলেক্ট্ৰিক বাছ। শীঘ্ৰেই অসমৰ ৰাজপথত

Read More
অসম

শোকাৱহ দুৰ্ঘটনা! চিকিৎসালয়ৰ পৰা ওভতাৰ পথত i20 বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এবছৰীয়া শিশুসহ একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

নিউজ ডেস্ক। এক ভয়াৱহ দুৰ্ঘটনা। চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত কৰুণ মৃত্যু এবছৰীয়া শিশুসহ একে পৰিয়ালৰ ৩ জন লােকৰ।

Read More
অসম

অসমীয়া ভাষাৰ প্ৰধান শত্ৰু হৈছে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ ৰিপুণ বৰা…

বিদ্যালয়ৰ মাধ্যম বিতৰ্কক লৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। ৰিপুণ বৰাই কয়-

Read More