মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা…

মেঘালয়ৰ ৩জন বিধায়কৰ পদত্যাগ।

image 194
মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা... 5

শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ।

image 193
মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা... 6

শাসকীয় NPPৰ ফেৰলিন চাংমা, বেনেডিক মাৰাকৰ পদত্যাগ।

image 191
মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা... 7

লগতে পদত্যাগ কৰিলে TMC বিধায়ক এইচ এম ছাংপ্লিয়াঙে।

পদত্যাগ পত্ৰ অৰ্পন কৰি তেওঁ কয় যে, TMCয়ে জনসাধৰণৰ ওচৰ চাপিব পৰা নাই।

image 192
মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা... 8

মেঘালয় বিধানসভাৰ অধ্যক্ষক মেটবাহ লিংডোৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে তিনিওগৰাকী বিধায়কে।

ডিচেম্বৰত তিনিওজন নেতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।