মেঘালয়ৰ ৩জন বিধায়কৰ পদত্যাগ।
মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা... 5শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ।
মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা... 6শাসকীয় NPPৰ ফেৰলিন চাংমা, বেনেডিক মাৰাকৰ পদত্যাগ।
মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা... 7লগতে পদত্যাগ কৰিলে TMC বিধায়ক এইচ এম ছাংপ্লিয়াঙে।
পদত্যাগ পত্ৰ অৰ্পন কৰি তেওঁ কয় যে, TMCয়ে জনসাধৰণৰ ওচৰ চাপিব পৰা নাই।
মেঘালয়ৰ তিনি বিধায়কৰ পদত্যাগ! শাসকীয় NPPৰ ২জন আৰু TMCৰ এজনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা... 8মেঘালয় বিধানসভাৰ অধ্যক্ষক মেটবাহ লিংডোৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে তিনিওগৰাকী বিধায়কে।
ডিচেম্বৰত তিনিওজন নেতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।