হৃদয়বিদাৰক! নদীত পৰিল বিবাহযাত্ৰীৰ বাহন, দৰাসহ ৮ জন লোকৰ কৰুণ মৃত্যু…

এক অতি হৃদয়বিদাৰক ঘটনা।

বিবাহযাত্ৰীৰ বাহন নদীত পৰি দৰাসহ ৮ জন লোকৰ কৰুণ মৃত্যু।

P4 4
হৃদয়বিদাৰক! নদীত পৰিল বিবাহযাত্ৰীৰ বাহন, দৰাসহ ৮ জন লোকৰ কৰুণ মৃত্যু... 4

দেওবাৰে ৰাতিপুৱাই ৰাজস্থানৰ কোটা জিলাত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাটো।

বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই চম্বল নদীত পৰি যোৱাৰ ফলতে এই কৰুণ ঘটনাটো সংঘটিত হয়।

P5 2
হৃদয়বিদাৰক! নদীত পৰিল বিবাহযাত্ৰীৰ বাহন, দৰাসহ ৮ জন লোকৰ কৰুণ মৃত্যু... 5

জানিব পৰা মতে, মৃত্যু হোৱা ৮ গৰাকীৰ ভিতৰত দৰাও আছে।

বিবাহ যাত্ৰীৰ লোকসকলে চৌথৰ বৰৱাড়াৰ পৰা কোটালৈ আহি আছিল।

চালকগৰাকীয়ে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

লগতে চাওকঃ

একেটা শৰীৰত সংযুক্ত চোহনা-মোহনাই ইজনে আনজনক নেদেখাকৈ প্ৰথমবাৰলৈ সাব্যস্ত কৰিলে ভোটাধিকাৰ

G1 16
হৃদয়বিদাৰক! নদীত পৰিল বিবাহযাত্ৰীৰ বাহন, দৰাসহ ৮ জন লোকৰ কৰুণ মৃত্যু... 6

Leave a Comment