এক অতি হৃদয়বিদাৰক ঘটনা।
বিবাহযাত্ৰীৰ বাহন নদীত পৰি দৰাসহ ৮ জন লোকৰ কৰুণ মৃত্যু।

দেওবাৰে ৰাতিপুৱাই ৰাজস্থানৰ কোটা জিলাত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাটো।
বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই চম্বল নদীত পৰি যোৱাৰ ফলতে এই কৰুণ ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, মৃত্যু হোৱা ৮ গৰাকীৰ ভিতৰত দৰাও আছে।
#कोटा में न्यायपुरा के पास चंबल नदी में गिरी कार
— Rajesh Moga (@RajeshMogaLive) February 20, 2022
हादसे में दूल्हे सहित 9 बरातियों की मौत
नदी में डूबे सभी शवों को निकाला गया बाहर
गाड़ी चौथ का बरवाड़ा से जा रहे थी उज्जैन pic.twitter.com/6fHa1j9Rw3
বিবাহ যাত্ৰীৰ লোকসকলে চৌথৰ বৰৱাড়াৰ পৰা কোটালৈ আহি আছিল।
চালকগৰাকীয়ে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
লগতে চাওকঃ
একেটা শৰীৰত সংযুক্ত চোহনা-মোহনাই ইজনে আনজনক নেদেখাকৈ প্ৰথমবাৰলৈ সাব্যস্ত কৰিলে ভোটাধিকাৰ










