মণিপুৰ

মণিপুৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিঃ ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা…

চুবুৰীয়া ৰাজ্য মণিপুৰত উত্তেজনাপূৰ্ণ পৰিস্থিতি।

বিধানসভাত ADC বিল উত্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত।

৩ দিন ধৰি ৰাজ্যখনত সৃষ্টি হৈছে সংঘৰ্ষময় পৰিস্থিতিৰ।

সংঘৰ্ষ ৰোধৰ বাবে ইতিমধ্যে ৫ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।

image 59

শনিবাৰে বিষ্ণুপুৰত ৩-৪ জনীয়া এটা যুৱকৰ দলে এখন ভান জ্বলাই দিয়াৰ পিছত ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে ৰাজ্য চৰকাৰে।

চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাত ৩-৪ জন লোকে ফুলগাখচাও ইখাঙত এখন বাহন জ্বলাই দিয়াৰ পিছত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

জিলা দণ্ডাধীশে দুমাহৰ বাবে জাৰি কৰিছে ১৪৪ ধাৰা।

লগতে চাওকঃ

অপাৰ মহিমা পংকজৰ! কেতিয়াবা যদি IPS, কেতিয়াবা আকৌ ASI, আন কেতিয়াবা আকৌ NSG কমাণ্ডো হৈ ধন দাবী কৰে মানুহক, অৱশেষত গ্ৰেপ্তাৰ…

photo 2022 08 07 13 58 19