অৰুণাচল প্ৰদেশ

পুনৰ অৰুণাচলত প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত…

পুনৰ অৰুণাচল প্ৰদেশত সংঘটিত হ’ল হেলিকপ্টাৰ দুৰ্ঘটনা।

আপাৰ চিয়াং জিলাত দুৰ্ঘটনাত পতিত হ’ল সেনাৰ এখন বিমান।

আপাৰ চিয়াঙৰ ছিংগিং গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন।

আপাৰ চিয়াঙৰ চিংগিঙত পুৱা ১০.৪৩ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

টুটিঙৰ ২৫ কিঃমিঃ নিলগৰ মিগিঙত সংঘটিত হৈছে দুৰ্ঘটনা।

ক্ষয়-ক্ষতি সন্দৰ্ভত এইমুহূৰ্তলৈ পোহৰলৈ অহা নাই স্পষ্ট তথ্য।

ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে স্থানীয় জিলা প্ৰশাসনে।

জানিব পৰা মতে, সেনাৰ জোৱানেও চলাইছে উদ্ধাৰ অভিযান।