ৰাষ্ট্ৰীয়

দুৰ্ঘটনাত পতিত হোৱা CDS বিপিন ৰাৱাট যোৱা হেলিকপ্টাৰখনৰ ব্লেক বক্স উদ্ধাৰ…

তামিলনাডুত দুৰ্ঘটনাত পতিত হোৱা CDS বিপিন ৰাৱাট যোৱা হেলিকপ্টাৰখনৰ ব্লেক বক্স উদ্ধাৰ।

উদ্ধাৰ হ’ল বিপিন ৰাৱটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ Mi-17V-5 ব্লেক বক্স।

তামিলনাডু আৰু কৰ্ণাটক সীমান্তৰ কুন্নুৰ জিলাত সংঘটিত দুৰ্ঘটনাস্থলীত উদ্ধাৰ হয় হেলিকপ্টাৰখনৰ ব্লেকবক্স। 

বায়ুসেনাৰ তদন্তকাৰী দলে উদ্ধাৰ কৰে ব্লেক বক্সটো।

ব্লেক বক্সৰ পৰা পোহৰলৈ আহিব দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য। 

FGJDmf9-UYAIn0q-B

ইফালে বৃহস্পতিবাৰে বায়ুসেনাৰ বিশেষ বিমানেৰে দিল্লীলৈ অনা হ’ব চিডিএছ গৰাকীৰ নশ্বৰদেহ।

ইয়াৰ লগতে শুকুৰবাৰে শেষকৃত্য সম্পন্ন হ’ব চিডিএছ বিপিন ৰাৱটৰ লগতে দুৰ্ঘটনাত নিহত হোৱা তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ। 

লগতে চাওকঃ শুক্ৰবাৰে দিল্লীত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ

Leave a Reply

Your email address will not be published. Required fields are marked *