অৰুণাচল প্ৰদেশঅসমঅসমীয়া

অসম অৰুণাচল সীমান্তত নদী বান্ধ নিৰ্মান কৰাতো এটা ডাঙৰ ভুলঃ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি

নিউজ ডেস্কঃ অসম-অৰুণাচল সীমান্তত নদীবান্ধ নিৰ্মাণক লৈ প্ৰতিক্ৰিয়া বিশিষ্ট অসমীয়া সাহিত্যিক তথা অৰুণাচলৰ সন্দান য়েছে দৰজে ঠংছিৰ।

দুয়োখন ৰাজ্যৰ মাজত সাহিত্যৰ জৰিয়তে সমন্বয়ৰ সাঁকো গঢ়া পদ্মশ্ৰী য়েছে দৰজে ঠংছিয়ে কৰিলে সীমান্তত নদীবান্ধৰ বিৰোধিতা।

dam thongsi

অসম-অৰুণাচল সীমান্তত নদীবান্ধ নিৰ্মাণ কৰাটো এটা ডাঙৰ ভুল বুলি মন্তব্য বিশিষ্ট সাহিত্যিকগৰাকীৰ।

তেওঁ কয় যে পাহাৰীয়া অঞ্চল এনেয়ে প্ৰাকৃতিকভাৱে দুৰ্বল।

এনে অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা আটাইতকৈ বেছি হয়।

যাৰ বাবে এনে স্থানত নদীবান্ধ নিৰ্মাণ কৰাটো উচিত নহয়।

গেৰুকামুখৰ নদীবান্ধৰ বিৰোধিতা কৰিলে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে।