অসমীয়াঅসম

আজিকালি কবিতাৰ এটা পংক্তি চুৰি কৰিলেও ধৰা পৰেঃ লভিতা নাটক বিতৰ্কক লৈ কি ক’লে পদ্মশ্ৰী য়েছে দৰজে ঠংছিয়ে…

নিউজ ডেস্কঃ এইবাৰ আৱাহন থিয়েটাৰৰ ‘লভিতা’ক লৈ প্ৰতিক্ৰিয়া বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক চুৰি কৰি নতুনকৈ লিখা কাৰ্যক গৰিহণা বিশিষ্ট সাহিত্যিকগৰাকীৰ।

thongsi lavita

নতুনকৈ নাট্যৰূপ দিয়া লভিতা নাটকখনৰ মঞ্চায়ন বন্ধ কৰিব লাগে বুলি মন্তব্য ঠংছিৰ।

তেওঁ কয় যে আজিৰ যুৱ প্ৰজন্ম যথেষ্ট জ্ঞানী আৰু সচেতন হৈছে।

কোনোবাই কবিতাৰ এটা পংক্তি চুৰি কৰিলেও লুকুৱাই নাথাকে।

তেনে পৰিপ্ৰেক্ষিতত জ্যোতি প্ৰসাৰ লভিতা নাটক চুৰি কৰি নতুনকৈ লিখাৰ ধৃষ্টতা কেনেদৰে কৰিব পাৰিলে বুলিও প্ৰশ্ন বিশিষ্ট অসমীয়া সাহিত্যিকগৰাকীৰ।

One thought on “আজিকালি কবিতাৰ এটা পংক্তি চুৰি কৰিলেও ধৰা পৰেঃ লভিতা নাটক বিতৰ্কক লৈ কি ক’লে পদ্মশ্ৰী য়েছে দৰজে ঠংছিয়ে…”

Comments are closed.